13 Sep
|
Olx user
|
Six Mile
Looking for a reliable, experienced driver who can operate AUTOMATIC and MANUAL gear cars. Accommodation and food will be provided.
Only those we want Accommodation can reply if interested. we don't want drivers who will go after the duty time ends.. interested one please fill up the below:
1. Full Name
2. Age
3. Address
4. Years of Driving Experience
অটোমেটিক আৰু মেনুৱেল গিয়াৰৰ গাড়ী চলাব জনা, অভিজ্ঞ আৰু বিশ্বাসযোগ্য ড্ৰাইভাৰ এজনৰ প্ৰয়োজন।
থকা আৰু খোৱাৰ ব্যৱস্থা থাকিব। যিসকলে আমাৰ লগত থাকি ডিউটি কৰিব বিচাৰে,
কেৱল তেনে ড্ৰাইভাৰেহে যোগাযোগ কৰিব। ডিউটি শেষ হোৱাৰ পিছত গুচি যাব বিচৰা ড্ৰাইভাৰৰ প্ৰয়োজন নাই।
আগ্ৰহীসকলে তলত দিয়া তথ্যখিনি পূৰণ কৰক:
১. সম্পূৰ্ণ নাম:
২. বয়স:
৩. ঠিকনা:
৪. গাড়ী চলোৱাৰ অভিজ্ঞতা কিমান বছৰ:
📌 Private Driver (Home duty) (Six Mile)
🏢 Olx user
📍 Six Mile