13 Sep
|
DARWIN
|
Hyderabad
পূৰ্ণকালীন গৃহ পৰিচৰ্যা কৰোঁতা মহিলা কৰ্মচাৰী প্ৰয়োজন কেম্পাছ ঝাৰু দিয়া, চাফা কৰা আৰু পৰিষ্কাৰ কৰিবলৈ।
কর্তব্যৰ সময়: ৰাতিপুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ ।
ছুটী: বছৰত ৩০ দিনৰ দৰমহা সহিত ছুটি, যিসমূহত দৈনন্দিন, চিকিৎসা, উৎসৱ ছুটি অন্তৰ্ভুক্ত।
কৰ্তব্যৰ স্থান: ডাৰউইন কেম্পাছ, ঘৰ#৪০, চিনাকি পথ হিলছাইড, মাদাৰ টেৰেছা ৰোড, গুৱাহাটী (আশিয়ানা এপাৰ্টমেণ্টৰ ওচৰত) ।
আগ্ৰহী প্ৰাৰ্থীসকলে ১৪ ছেপ্টেম্বৰৰ পিছত কেম্পাছটোত কাৰ্যালয়ৰ সময়ত গৈ দেখা কৰিব পাৰে ।
যোগাযোগৰ ব্যক্তি: শ্ৰী গৌতম ডেকা (৯৮৫৯২৩৮৭৭৩)
full time house keeping FEMALE staff is required for brooming, sweeping, and cleaning the campus.
Duty hours: 8am to 4pm
Holidays: 30days paid leave in a year inclusive of casual, medical, festival leave
Duty location: DARWIN CAMPUS, House#40, Chinakipath Hillside, Mother Teresa Road, Guwahati (near Ashiana Apartment)
Interested candidates can visit the campus during office hours.
Contact person: SHIKHA (৯৪০১৪৫৪০৪১)
📌 HOUSEKEEPING STAFF NEEDED (Hyderabad)
🏢 DARWIN
📍 Hyderabad